ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল ডিব্ৰুগড়ৰ কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’

ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’
ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’
- News18 Assam
- Last Updated: June 19, 2020, 12:00 AM IST
এই ঘটনা ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ HS ৰোডৰ। যোৱা ৭ জুনত নিজ কইনাৰ বিবাহৰ বজাৰৰ বাবে গুৱাহাটীলৈ যোৱা ৰমেশ কেডিয়া নামৰ ব্যক্তিজন ওভতি আহিছিল ডিব্ৰুগড়লৈ। আহিয়েই জ্বৰত আক্ৰান্ত হৈছিল লোকজন। পিছত ১৪ জুনত তেখেতৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। তাৰ পাছতে বুধবাৰে ৰমেশ কেডিয়াৰ পৰিয়ালৰ মুঠ ৬জন লোকৰ দেহত ধৰা পৰিল কোৰোণা।