ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল ডিব্ৰুগড়ৰ কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’

News18 Assam | News18-Assam
Updated:June 19, 2020, 12:00 AM IST
ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল ডিব্ৰুগড়ৰ কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’
ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’

ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল কোৰোণাত আক্ৰান্ত, দিলে- 'জয় শ্ৰী ৰাম ধ্বনি’

  • Share this:
এজন কোৰোণাত আক্ৰান্ত ৰোগীৰ নাই কোনো ভয়। হাত-চাপৰিৰে ওচৰ-চুবুৰীয়াক সম্ভাষণ জনাই 108ত উঠিল ডিব্ৰুগড়ৰ কোৰোণাত আক্ৰান্ত ৰোগী। আনকি গাড়ীত উঠাৰ আগত জয় শ্ৰী ৰাম ধ্বনিও দিয়ে ৰোগীজনে।

এই ঘটনা ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ HS ৰোডৰ। যোৱা ৭ জুনত নিজ কইনাৰ বিবাহৰ বজাৰৰ বাবে গুৱাহাটীলৈ যোৱা ৰমেশ কেডিয়া নামৰ ব্যক্তিজন ওভতি আহিছিল ডিব্ৰুগড়লৈ। আহিয়েই জ্বৰত আক্ৰান্ত হৈছিল লোকজন। পিছত ১৪ জুনত তেখেতৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। তাৰ পাছতে বুধবাৰে ৰমেশ কেডিয়াৰ পৰিয়ালৰ মুঠ ৬জন লোকৰ দেহত ধৰা পৰিল কোৰোণা।
First published: June 19, 2020, 12:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading