உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘ফুল ফুলিছে বসন্তত, তুমি জানমণি ব’হাগত’-বাঁহী বজাই, বিহু নাচি আনন্দ উল্লাস কোৰোণা আক্ৰান্তৰ, চাওক Video

    ‘ফুল ফুলিছে বসন্তত, তুমি জানমণি ব’হাগত’-বাঁহী বজাই, বিহু নাচি আনন্দ উল্লাস কোৰোণা আক্ৰান্তৰ, চাওক Video

    ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এই দৃশ্য।

    ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এই দৃশ্য।

    ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এই দৃশ্য।

    • Share this:
    সমগ্ৰ দেশত এতিয়া কোৰোণাৰ সন্ত্ৰাস। অসমতো প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট মাহৰ ভিতৰত ৰাজ্যত কোৰোণাই ভয়ংকৰ ৰূপ ল’ব বুলি শংকা প্ৰকাশ কৰিছে। কিন্তু তাৰ মাজতে ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।



    ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কোৰোণাত আক্ৰান্ত ৰোগীৰ আনন্দ-উল্লাসৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত। উত্‍সৱ মুখৰ হৈ পৰিল কোৱাৰেণ্টাইন চেণ্টাৰটো। বাঁহি বজাই, বিহু গীত গাই, হাত চাপৰি বজাই নৃত্য কৰিলে কোৰোণাত আক্ৰান্তই।

    বৰ্তমান ডিব্ৰুগড়ৰ এই কোৱাৰেণ্টাইন চেণ্টাৰটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: