‘ফুল ফুলিছে বসন্তত, তুমি জানমণি ব’হাগত’-বাঁহী বজাই, বিহু নাচি আনন্দ উল্লাস কোৰোণা আক্ৰান্তৰ, চাওক Video

ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এই দৃশ্য।
ডিব্ৰুগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত দেখা গ’ল এই দৃশ্য।
- News18 Assam
- Last Updated: July 24, 2020, 3:01 PM IST
#WATCH Coronavirus patients dance and sing at a quarantine centre in Dibrugarh, Assam. (23.07.20) pic.twitter.com/SBjtIrSdks
— ANI (@ANI) July 24, 2020
ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কোৰোণাত আক্ৰান্ত ৰোগীৰ আনন্দ-উল্লাসৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত। উত্সৱ মুখৰ হৈ পৰিল কোৱাৰেণ্টাইন চেণ্টাৰটো। বাঁহি বজাই, বিহু গীত গাই, হাত চাপৰি বজাই নৃত্য কৰিলে কোৰোণাত আক্ৰান্তই।
বৰ্তমান ডিব্ৰুগড়ৰ এই কোৱাৰেণ্টাইন চেণ্টাৰটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে।