உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'ভাৰতৰ চাহক বদনাম কৰিবলৈ চলিছে গভীৰ ষড়যন্ত্ৰ'- তৃতীয় পক্ষ জড়িত থকাৰ ক'লে প্ৰধানমন্ত্ৰীয়ে

    'ভাৰতৰ চাহক বদনাম কৰিবলৈ চলিছে গভীৰ ষড়যন্ত্ৰ'- তৃতীয় পক্ষ জড়িত থকাৰ ক'লে প্ৰধানমন্ত্ৰীয়ে

    'ভাৰতৰ চাহকলৈ গভীৰ ষড়যন্ত্ৰ চলিছে। ভাৰতবৰ্ষক বদনাম কৰিবলৈ এৰি দিয়া নাই চাহকো।'

    'ভাৰতৰ চাহকলৈ গভীৰ ষড়যন্ত্ৰ চলিছে। ভাৰতবৰ্ষক বদনাম কৰিবলৈ এৰি দিয়া নাই চাহকো।'

    'ভাৰতৰ চাহকলৈ গভীৰ ষড়যন্ত্ৰ চলিছে। ভাৰতবৰ্ষক বদনাম কৰিবলৈ এৰি দিয়া নাই চাহকো।'

    • Share this:
    'ভাৰতৰ চাহকলৈ গভীৰ ষড়যন্ত্ৰ চলিছে। ভাৰতবৰ্ষক বদনাম কৰিবলৈ এৰি দিয়া নাই চাহকো। ইয়াত জড়িত হৈ আছে তৃতীয় শক্তি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ লগত জড়িত কিছু প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই ষড়য়ন্ত্ৰ ওফৰাই  আমাৰ চাহ শ্ৰমিকে এই যুদ্ধ জয় কৰি আহিব।'- ঢেকিয়াজুলিৰ জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ চাহক লৈ তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে।


    প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ মতে, দেশৰ চাহৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ সম্পূৰ্ণ পৰিকল্পিত। বিদেশত বহি একাংশই এই ষড়যন্ত্ৰ কৰি আছে। আৰু সকলো চাহ বাগিচাৰ কৰ্মীয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব লাগিব বুলিও উল্লেখ কৰে মোদীয়ে। লগতে কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰ কেতিয়াও সফল হবলৈ নিদিয়ে বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
    Published by:Himangshu Bhuyan
    First published: