• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজেন গোহাঁইৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত বিৰ্তকিত পোষ্ট দিয়া যুৱকক আটক

ৰাজেন গোহাঁইৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত বিৰ্তকিত পোষ্ট দিয়া যুৱকক আটক

১৬ জুনত বিজেপিয়ে আৰম্ভ কৰা জনসম্পৰ্ক যাত্ৰা শুভাৰম্ভ কৰিবলৈ নাজিৰালৈ আহিছিল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ৷ 

  • Share this:
ছ'চিয়েল মিডিয়াত বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ চৰিত্ৰ সম্পৰ্কীয় বিৰ্তকিত পোষ্ট দি আটক হল এজন যুৱক। ১৬ জুনত বিজেপিয়ে আৰম্ভ কৰা জনসম্পৰ্ক যাত্ৰা শুভাৰম্ভ কৰিবলৈ নাজিৰালৈ আহিছিল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ৷

আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ যিকোনো বিৰ্তকিত পোষ্ট দি জনসাধাৰণক ভীতিগ্ৰস্ত নকৰিবলৈ আহ্বান জনাই অহাৰ সময়তে নাজিৰা গেলেকীৰ যুৱ কংগ্ৰেছৰ এজন নেতাই ৰাজেন গোহাঁই নাজিৰালৈ আগমনক লৈ এক ফেচবুক পোষ্ট দিছিল।

বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ইজাজ ৰহমান নামৰ কংগ্ৰেছ কৰ্মীজনক। ৰাজেন গোহাঁইৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বিৰুদ্ধে নাজিৰাৰ বিজেপিৰ চাৰিটা মণ্ডলৰ সভাপতিয়ে শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।
First published: