உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অপদস্থ কৰাক লৈ সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ

    ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অপদস্থ কৰাক লৈ সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ

    বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ।

    বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ।

    বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ।

    • Share this:
    ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীক অপদস্থ কৰাত জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মীসকল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক অপদস্থ কৰাৰ প্ৰতিবাদত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

    বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ। দলবদ্ধ ধৰ্ষণৰ ফলত মৃত্যু হ'বলগীয়া হোৱা উত্তৰ প্ৰদেশৰ মহিলাগৰাকীৰ পৰিয়ালৰ খবৰ লবলৈ যাওঁতে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে।
    Published by:Sanjay Kumar Das
    First published: