ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অপদস্থ কৰাক লৈ সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ।
বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ।
- News18 Assam
- Last Updated: October 2, 2020, 4:22 PM IST
বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ। দলবদ্ধ ধৰ্ষণৰ ফলত মৃত্যু হ'বলগীয়া হোৱা উত্তৰ প্ৰদেশৰ মহিলাগৰাকীৰ পৰিয়ালৰ খবৰ লবলৈ যাওঁতে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে।