உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস, বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰিলে পৰিৱেশ

    ৰঙিয়াত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস, বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰিলে পৰিৱেশ

    নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ।

    নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ।

    নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ।

    • Share this:
      কোৰোণাৰ গণ সংক্ৰমণৰ মাজতে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস। চৰকাৰবিৰোধী ধ্বনিৰে ৰঙিয়া উত্তাল কৰি তুলিলে কংগ্ৰেছৰ নেতা–কৰ্মীয়ে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ। লগতে বানত ককবকাই থকা লোকসকলক পৰ্যাপ্ত সাহায্য যোগান নধৰাৰো অভিযোগ। বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক, বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য দিয়ক, বানত গৃহহীন হোৱা পৰিয়ালক ক্ষতি পূৰণৰ ব্যৱস্থা কৰক, ভগ্ন মথাউৰি শীঘ্ৰে মেৰামতি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
      Published by:Sanjay Kumar Das
      First published: