SI কেলেংকাৰীৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ, অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীক আটক

আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।
আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।
- News18 Assam
- Last Updated: October 5, 2020, 1:02 PM IST
আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছৰ কৰ্মীসকলে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ।