SI কেলেংকাৰীৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ, অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীক আটক

News18 Assam | News18-Assam
Updated:October 5, 2020, 1:02 PM IST
SI কেলেংকাৰীৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ, অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীক আটক
আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

  • Share this:
ৰঙিয়াত অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীক আটক।  ৰঙিয়া থানাত কংগ্ৰেছ কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ। বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে ৰঙিয়া থানা উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে। কংগ্ৰেছ কৰ্মীসকলে এখন বাছেৰে গুৱাহাটীৰ SI কেলেংকাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত ৰঙিয়াৰ চেপ্তিত আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বাছৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছৰ কৰ্মীসকলে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ।
Published by: Sanjay Kumar Das
First published: October 5, 2020, 1:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading