ডিঙিত পিঁয়াজৰ মালা পিন্ধি, হাতত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
- News18 Assam
- Last Updated: February 23, 2021, 3:22 PM IST
পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ডিঙিত পিঁয়াজৰ মালা পিন্ধি আগত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে।