ডিঙিত পিঁয়াজৰ মালা পিন্ধি, হাতত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ কংগ্ৰেছৰ প্ৰতিবাদ 

News18 Assam | News18-Assam
Updated:February 23, 2021, 3:22 PM IST
ডিঙিত পিঁয়াজৰ মালা পিন্ধি, হাতত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ কংগ্ৰেছৰ প্ৰতিবাদ 
পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

  • Share this:
অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত অসম বচাও অভিযানৰ অংশ হিচাপে আজি পলাশবাৰী সমষ্টিৰ বিজয়নগৰৰ পেট্ৰ’ল পাম্পৰ সন্মুখত পলাশবাৰী সমষ্টিৰ কংগ্ৰেছ নেত্ৰী মুনমী দত্তৰ নেতৃত্বত প্ৰতিবাদ।

পেট্ৰ’ল–ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ডিঙিত পিঁয়াজৰ মালা পিন্ধি আগত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে।
Published by: Sanjay Kumar Das
First published: February 23, 2021, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি