মহানগৰীৰ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ সমিতিৰ উদ্যোগত নুনমাটি, মঠঘৰীয়া, গীতানগৰ আদি অঞ্চলত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত কংগ্ৰেছ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
মহানগৰীৰ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ সমিতিৰ উদ্যোগত নুনমাটি, মঠঘৰীয়া, গীতানগৰ আদি অঞ্চলত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত কংগ্ৰেছ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
শুকুৰবাৰে ৰাজ্যজুৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উদ্যোগত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী আৰু পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে। সমান্তৰালকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে নিখিল ভাৰত কংগ্ৰেছৰ কমিটীৰ কৰ্মীসকলে। মহানগৰীৰ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ সমিতিৰ উদ্যোগত নুনমাটি, মঠঘৰীয়া, গীতানগৰ আদি অঞ্চলত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত কংগ্ৰেছ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড বেনাৰ আদি লৈ বিজেপি চৰকাৰ হাই হাই, সৰ্বসাধাৰণৰ ওপৰত দিয়া মাধমাৰ মানি লোৱা নহ’ব, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|