উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল চৰাইদেউ

উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।
উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।
- News18 Assam
- Last Updated: October 5, 2020, 12:49 PM IST
আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী কংগ্ৰেছৰ। নিযুক্তিৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। আনহাতে উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।