উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল চৰাইদেউ

News18 Assam | News18-Assam
Updated:October 5, 2020, 12:49 PM IST
উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল চৰাইদেউ
উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।

উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।

  • Share this:
উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল চৰাইদেউ জিলাৰ সদৰ সোণাৰি। চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটrৰ উদ্যোগত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ।

আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী কংগ্ৰেছৰ। নিযুক্তিৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। আনহাতে উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ সাস্তী প্ৰদানৰ দাবী কংগ্ৰেছৰ।
Published by: Sanjay Kumar Das
First published: October 5, 2020, 12:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading