• Home
  • »
  • News
  • »
  • assam
  • »
  • কাছাৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ

কাছাৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ

এছ আই কেলেংকাৰীৰ চিবিআই তদন্ত দাবী প্ৰতিবাদকাৰীৰ।

এছ আই কেলেংকাৰীৰ চিবিআই তদন্ত দাবী প্ৰতিবাদকাৰীৰ।

এছ আই কেলেংকাৰীৰ চিবিআই তদন্ত দাবী প্ৰতিবাদকাৰীৰ।

  • Share this:
কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ৷ SI কেলেংকাৰী আৰু বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কাছাৰ জিলা কংগ্ৰেছৰ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু চিআৰপিএফ বাহিনী মোতায়েন৷ আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলক৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে৷ এছ আই কেলেংকাৰীৰ চিবিআই তদন্ত দাবী প্ৰতিবাদকাৰীৰ।
Published by:Sanjay Kumar Das
First published: