পেট্ৰ’ল-ডিজেল, অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাজিৰাত প্ৰতিবাদ, অংশগ্ৰহণ দেৱব্ৰত শইকীয়াৰ

News18 Assam | News18-Assam
Updated:June 11, 2021, 4:26 PM IST
পেট্ৰ’ল-ডিজেল, অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাজিৰাত প্ৰতিবাদ, অংশগ্ৰহণ দেৱব্ৰত শইকীয়াৰ
নাজিৰাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷

নাজিৰাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷

  • Share this:
নাজিৰাত পেট্ৰ’ল-ডিজেল, অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নাজিৰা লাহতী পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।

নাজিৰাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ বিজেপি চৰকাৰবিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে৷
Published by: Sanjay Kumar Das
First published: June 11, 2021, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি