• Home
  • »
  • News
  • »
  • assam
  • »
  • জিলাই জিলাই তৰুণ গগৈৰ স্মৃতি সৌধ নিৰ্মাণ কৰিব কংগ্ৰেছে

জিলাই জিলাই তৰুণ গগৈৰ স্মৃতি সৌধ নিৰ্মাণ কৰিব কংগ্ৰেছে

সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

  • Share this:
সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। নৱগ্ৰহৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এতিয়া সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। শেষকৃত্য সম্পন্ন কৰাৰ পিছতেই তৰুণ গগৈৰ চিতাভস্ম ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিভিন্ন জিলা সমিটীয়ে।

কংগ্ৰেছে অসমৰ জিলাই জিলাই স্মৃতি সৌধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। নিউজ১৮ ক জনোৱা মতে, অসমৰ বঙাইগাঁও, কৰিমগঞ্জ, বৰপেটা, যোৰহাট, ধেমাজি, গোৱালপাৰা, তিনিচুকীয়া, নগাওঁ, শোণিতপুৰ, কাৰ্বি আংলং, নলবাৰী, দৰং, গোলাঘাট জিলা কংগ্ৰেছে চিতাভস্ম লৈ যাবলৈ আগ্ৰহম প্ৰকাশ কৰিছে।

ইফালে যুৱ কংগ্ৰেছৰ পাঁচ হাজাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে "তৰুণ গগৈ অমৰ হওক" বুলি লিখা টি চাৰ্ট পিন্ধি শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে সাজু হৈছে।
Published by:Himangshu Bhuyan
First published: