• Home
  • »
  • News
  • »
  • assam
  • »
  • Gaurab Gogoi: কলিয়াবৰত বন্যাৰ্তক বান সাহাৰ্য গৌৰৱ গগৈৰ। স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত বান সাহাৰ্য নোপোৱাৰ অভিযোগ

Gaurab Gogoi: কলিয়াবৰত বন্যাৰ্তক বান সাহাৰ্য গৌৰৱ গগৈৰ। স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত বান সাহাৰ্য নোপোৱাৰ অভিযোগ

Gaurab Gogoi: কলিয়াবৰৰ বৰঘূলীৰ বৰ্নাত্যক বান সাহাৰ্য বিতৰণ সাংসদ গৌৰৱ গগৈৰ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত স্থানীয় প্ৰশাসনে বৰ্নাত্যক পৰ্যাপ্ত বান সাহাৰ্য নিদিয়াৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ।

  • Share this:
কিছুদিন পূৰ্বে বানত নাজল-নাথল অৱস্থা হোৱা  খবৰ নোলোৱাৰ বাবে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল কলিয়াবৰৰ বৰঘূলীৰ বানাক্ৰান্তই।
ক্ষোভিত বানাক্ৰান্ত (Flood Affected People)ৰ মতে, নিৰ্বাচনৰ সময়তহে সমষ্টিবাসীলৈ মনত পৰে গৌৰৱ গগৈৰ। বানত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় দিবলৈ আহৰি নাই সাংসদ গৌৰৱৰ।  কলিয়াবৰৰ বৰঘূলীৰ বানাক্ৰান্তৰ খবৰ নোলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে।

অৱশেষত শনিবাৰে কলিয়াবৰ সমষ্টিৰ বৰঘূলীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় সাংসদ গৌৰৱ গগৈ (Gaurab Gogoi)য়ে। অঞ্চলটোৰ বন্যাৰ্তক বান সাহাৰ্য্য প্ৰদান কৰাৰ লগতে সংখ্যালঘু অঞ্চলৰটোৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনায় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

দিল্লীত দলীয় কাম-কাজত ব্যস্ত থকাৰ বাবেই বানৰ সময়চোৱাত সমষ্টিবাসীৰ কাষত থিয় দিয়াত সাংসদগৰাকীৰ কিছু পলম হ'ল বুলি সংবাদ মাধ্যমক অৱগত কৰে গৌৰৱ গগৈয়ে।
কেন্দ্ৰ আৰু ৰাজ্যতো বিজেপি চৰকাৰ থকাৰ পিচতো অসমৰ বানাক্ৰান্তই সঠিক সময়ত পৰ্যাপ্ত চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গগৈয়ে।
Published by:Manjumoni Borah
First published: