உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma| 'বাংলাদেশী মুছলমান" বুলি কৈ মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে সংখ্যালঘুক'- দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে কংগ্ৰেছী সাংসদ আব্দুল খালেকে

    Himanta Biswa Sarma| 'বাংলাদেশী মুছলমান" বুলি কৈ মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে সংখ্যালঘুক'- দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে কংগ্ৰেছী সাংসদ আব্দুল খালেকে

    ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা সাংসদ খালেকৰ।

    ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা সাংসদ খালেকৰ।

    ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা সাংসদ খালেকৰ।

    • Share this:
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ থানাত গোচৰ তৰিলে কংগ্ৰেছী সাংসদ আব্দুল খালেকে।  প্ৰায় ২ পৃষ্ঠাৰ এজাৰাহ দাখিল কৰে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে। সাংসদ খালেকৰ মতে, মুখ্যমন্ত্ৰী ভংগ কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ 153, IPC 153 (A) ধাৰা ভংগ। যোৱা ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ ভিত্তিত আব্দুল খালেকে গোচৰ তৰা বুলি জানিবলৈ দিছে।

    আব্দুল খালেকে কয় যে, ''সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই 'বাংলাদেশী মুছলমান" বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে। ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক।''

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ইফালে PSO ত্যাগৰ সন্দৰ্ভত আব্দুল খালেকে কয় যে,'ৰাজনৈতিক নেতাক নিৰাপত্তা আৰক্ষীৰ কমিটিয়ে দিব। ইয়াকলৈ মুখ্যমন্ত্ৰীয়ে কিয় ৰাজনীতি কৰিছে? মুখ্যমন্ত্ৰীয়ে প্ৰথমতে PSO ত্যাগ কৰি দৃষ্টান্ত দেখুৱাওক।'
    Published by:Himangshu Bhuyan
    First published: