உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধানসভাৰ পৰা নিলম্বিত কৰা হ’ল ৰূপজ্যোতি কুৰ্মীক

    বিধানসভাৰ পৰা নিলম্বিত কৰা হ’ল ৰূপজ্যোতি কুৰ্মীক

    source- Google

    source- Google

    বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হ’ল মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীক

    • Share this:
    বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হ’ল মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীক। বিধায়কজনৰ আচৰণত ক্ষুব্ধ হৈ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে মাৰ্শ্বেল লগাই বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিয়ে বিধায়কগৰাকীক। বিধানসভাৰ শূণ্যকালীন ঘণ্টাত কয়লা ছিণ্ডিকেটকলৈ চিঞৰ বাখৰ কৰিছিল বিধায়ক ৰূপজ্যোতিয়ে।লগতে অভব্য আচৰণৰ অভিযোগ তুলি এদিনৰ কাৰণে বিধানসভাৰ পৰা নিলম্বন কৰা হয় বিধায়ক কুৰ্মীক।
    First published: