মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছত আৰম্ভ হৈছে নেকি অন্তঃকন্দল! ৰাজীৱ ভৱনত বিধায়ক ৰেকিবুদ্দিন আহমেদে সকীয়ালে কাম নকৰা দলীয় বিষয়ববীয়াক

কংগ্ৰেছত আৰম্ভ হৈছে নেকি অন্তঃকন্দল! ৰাজীৱ ভৱনত বিধায়ক ৰেকিবুদ্দিন আহমেদে সকীয়ালে কাম নকৰা দলীয় বিষয়ববীয়াক

কংগ্ৰেছৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ! ৰিপুণ বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰেকিবুদ্দিন আহমেদৰ সকীয়নি। দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

  • Share this:
কংগ্ৰেছত আকৌ আৰম্ভ হৈছে নেকি অন্তঃকন্দল! কাম নকৰা দলীয় পদবীধাৰীসকলক ৰাজীৱ ভৱনতে সকীয়াই দিলে জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদে। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মতে, আগন্তুক দিনত শক্তিশালী হ’ব লাগিব কংগ্ৰেছ দল।

কংগ্ৰেছৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ! ৰিপুণ বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰেকিবুদ্দিন আহমেদৰ সকীয়নি। দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। ৰাজীৱ ভৱনতে কাম নকৰা দলীয় পদবীধাৰীসকলক সকীয়ালে ৰেকিবুদ্দিন আহমেদে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীত ১৫০ গৰাকী সম্পাদক, ৬০ গৰাকী সাঃ সম্পাদক আছে। ইয়াৰে কাম নকৰাসকলে বগা কাপোৰ পিন্ধি আহিলে নহ’ব বুলি কয় ৰেকিবুদ্দিন আহমেদে।

দল কৰিলে কেনেকৈ কৰিব লাগিব সেই কথাও শিকালে ছয়গাঁও সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীয়ে। অসমত কংগ্ৰেছ নতুন দৃষ্টিভংগীৰে শক্তিশালী হ’বই লাগিব বুলি দোহাৰে ৰেকিবুদ্দিন আহমেদে। কংগ্ৰেছ দলৰ অসমত সংস্কাৰ হ’ব লাগিব বুলি দলীয় মঞ্চত কোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখতো কয় বিধায়কগৰাকীয়ে।

শেহতীয়া বাতৰি