কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আঘাতপ্ৰাপ্ত হৈছে। আজি যোৰহাটত কংগ্ৰেছৰ ভাৰতৰ জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ পিছতে আঘাতপ্ৰাপ্ত হয় হুছেইন।
খবৰ অনুসৰি, আঘাতপ্ৰাপ্ত ৰকিবুল হুছেইনক শিৱসাগৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।
Published by: Subham Goswami
FIRST PUBLISHED : December 03, 2022, 22:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।