মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ফেচবুকত পাকিস্তানক সমৰ্থন, আটক ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা হাছেন আলী

ফেচবুকত পাকিস্তানক সমৰ্থন, আটক ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা হাছেন আলী

News18-Assam
Updated:August 10, 2019, 8:19 AM IST
ফেচবুকত পাকিস্তানক সমৰ্থন, আটক ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা হাছেন আলী
হাছেন আলী প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ বুলি পৰিচিত

হাছেন আলী প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ বুলি পৰিচিত

  • Share this:
ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সমৰ্থনত ছচিয়েল মিডিয়াত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা। চামগুৰিৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা হাছেন আলীক আটক কৰিছে নগাঁও আৰক্ষীয়ে।



ফেচবুকত মুকলিকৈ পাকিস্তানী সেনাৰ সমৰ্থন কৰিছিল হাছেন আলীয়ে। চামগুৰি সমষ্টিৰ লাওখোৱাৰ ভুৰবন্ধাত ঘৰ হাছেনৰ।



উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গাত ছাৰ দৰে লাগি থকা এইগৰাকী নেতাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰৰ সম্ভাৱনা।
First published: August 10, 2019, 8:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি