শীঘ্ৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
শীঘ্ৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
কংগ্ৰেছত খহনীয়া অব্যাহত। এইবাৰ খৰছিং ইংতি। শীঘ্ৰে খৰছিং ইংতিয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল খৰছিং ইংতি। কাৰ্বি পাহাৰৰ অন্যতম প্ৰভাৱশালী কংগ্ৰেছ নেতা খৰছিং ইংতি।
শীঘ্ৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। খৰছিং ইংতিৰ সোঁৱে-বাৱে থকা ঘনিষ্ঠ নেতা-পালিনেতাসকলে ইতিমধ্যেই যোগদান কৰিছে বিজেপিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|