• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিয়ে ভোট পাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়েই - অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাক লৈ মন্তব্য কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ

বিজেপিয়ে ভোট পাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়েই - অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাক লৈ মন্তব্য কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ

গাড্ডাৰ বিধায়ক সন্দৰ্ভত জিতেন্দ্ৰ সিঙে কয়, ‘‘গাড্ডাৰৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল’ম। এতিয়াও দলীয় তদন্ত চলি আছে।’’

  • Share this:
৬ জনগোষ্ঠীক জনজাতিকৰণৰ নাম বিজেপি চৰকাৰৰ বঞ্চনা। এয়া কোনো নতুন বা আচৰিত হ’বলগীয়া কথা নহয়। বিজেপিয়ে ভোট পাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়েই। গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে।

গাড্ডাৰ বিধায়ক সন্দৰ্ভত জিতেন্দ্ৰ সিঙে কয়, ‘‘গাড্ডাৰৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল’ম। এতিয়াও দলীয় তদন্ত চলি আছে।’’

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা। সভাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধীদলপতি দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ আটাইবোৰ বিধায়ক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি