মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীত জিতেন্দ্ৰ সিং, ৰাজীৱ ভৱনত উপস্থিত হৈয়েই বিজেপিক সমালোচনা

গুৱাহাটীত জিতেন্দ্ৰ সিং, ৰাজীৱ ভৱনত উপস্থিত হৈয়েই বিজেপিক সমালোচনা

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উদুলি–মুদুলি পৰিৱেশ।

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উদুলি–মুদুলি পৰিৱেশ।

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উদুলি–মুদুলি পৰিৱেশ।

  • Share this:
সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উদুলি–মুদুলি পৰিৱেশ। ৰাজীৱ ভৱনত উপস্থিত হৈয়েই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতা, প্ৰাক্তন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে।

উজনি অসম ভ্ৰমন সামৰি গুৱাহাটীত উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু কংগ্ৰেছ সেৱা দলৰ নেতা কৰ্মীৰ সৈতে প্ৰায় পাঁচ ঘণ্টা সময় আলোচনাত মিলিত হ’ব।

শেহতীয়া বাতৰি