দলীয় অনুশাসন ভংগ! কংগ্ৰেছ নেতা দুলু আহমেদক নিলম্বন

দলীয় অনুশাশন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰিলে কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনক। ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে।

News18-Assam
Updated:July 30, 2019, 3:40 PM IST
দলীয় অনুশাসন ভংগ! কংগ্ৰেছ নেতা দুলু আহমেদক নিলম্বন
দলীয় অনুশাশন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰিলে কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনক। ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে।
News18-Assam
Updated: July 30, 2019, 3:40 PM IST
নিলম্বিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদ। দলীয় অনুশাশন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰিলে কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনক। উল্লেখ্য যে ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে। লগতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে। ইয়াকে লৈ দুলু আহমেদক প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছিল শ্ব’কজ। ২৯ জুলাইৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল দলে। আৰু আজি প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিলে দুলু আহমেদক।
আৰু চাওক পৰৱৰ্তী বাতৰি