চাকৰিৰ নামত ধন আত্মসাত্‍ কৰি জালত পৰিল চামগুৰিৰ কংগ্ৰেছ নেতা

কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে আছে আৰু বহু অপৰাধৰ অভিযোগ।

News18-Assam
Updated:July 8, 2019, 9:31 PM IST
চাকৰিৰ নামত ধন আত্মসাত্‍ কৰি জালত পৰিল চামগুৰিৰ কংগ্ৰেছ নেতা
কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে আছে আৰু বহু অপৰাধৰ অভিযোগ।
News18-Assam
Updated: July 8, 2019, 9:31 PM IST
চাকৰিৰ নামত ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল চামগুৰিৰ কংগ্ৰেছ নেতা। চলচলি মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল গফুৰক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। নগাঁও সদৰ থানাত ৰুজু হোৱা ১৭৬৩/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাজনক। ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ আৰু ৩৮৪ ধাৰাত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। প্ৰতিমা দেৱী নামৰ এগৰাকী মহিলাৰ পৰা চাকৰি দিয়াৰ নামত ধন লৈছিল আব্দুল গফুৰে। কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে আছে আৰু বহু অপৰাধৰ অভিযোগ।
আৰু চাওক পৰৱৰ্তী বাতৰি