গোলাঘাটত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা, কি কৰিছিল জেনিথ বৰাই?

প্ৰতুল বৰবৰা নামৰ অধিবক্তাজনক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।

News18-Assam
Updated:November 4, 2019, 3:11 PM IST
গোলাঘাটত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা, কি কৰিছিল জেনিথ বৰাই?
প্ৰতুল বৰবৰা নামৰ অধিবক্তাজনক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।
News18-Assam
Updated: November 4, 2019, 3:11 PM IST
গোলাঘাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ। প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জেনিথ বৰাক। প্ৰতুল বৰবৰা নামৰ অধিবক্তাজনক প্ৰৱঞ্চনা কৰাৰ অভিযোগ। জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদৰ ব্যৱসায়িক কোঠা প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে। ২ লাখ টকা আগধন লৈ প্ৰদান নকৰিলে কোঠা। ধন ওভতাই দিয়াৰ নামত জেনিথ বৰাই দিছিল চেক। সেই চেক বাউঞ্চ হোৱাত গোচৰ তৰিছিল অধিবক্তাগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি