உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কংগ্ৰেছৰ মহাপ্ৰতাপী নেতা ৰিপুণ বৰা Covid-19ত আক্ৰান্ত। সম্প্ৰতি GMCHত চিকিৎসাধীন কংগ্ৰেছ নেতাগৰাকী।

    কংগ্ৰেছৰ মহাপ্ৰতাপী নেতা ৰিপুণ বৰা Covid-19ত আক্ৰান্ত। সম্প্ৰতি GMCHত চিকিৎসাধীন কংগ্ৰেছ নেতাগৰাকী।

    কংগ্ৰেছৰ এসময়ৰ মহাপ্ৰতাপী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা এইবাৰ Covid-19ত আক্ৰান্ত হৈছে। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিধায়কগৰাকী। 

    • Share this:

    টুইটাৰযোগে নিজেই এই কথা ৰাইজক অৱগত কৰায় কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁৰ সান্নিধ্যত অহা ব্যক্তিসকলক ক'ভিড টেষ্ট কৰাৰো পৰামৰ্শ আগবঢ়ায় জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে।
    Published by:Kokil Sarma
    First published: