দিল্লী নহয়, এইবাৰ গুৱাহাটীৰ পৰাই প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা

News18 Assam | News18-Assam
Updated:March 2, 2021, 8:17 PM IST
দিল্লী নহয়, এইবাৰ গুৱাহাটীৰ পৰাই প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা
৬ মাৰ্চৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা৷

৬ মাৰ্চৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা৷

  • Share this:
এইবাৰ গুৱাহাটীৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব৷ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা৷ গুৱাহাটীত সংবাদমেল পাতি ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা৷ কাইলৈ প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীৰ বৈঠক৷ পুৱা ১১ বজাত অনুষ্ঠিত হ'ব এই বৈঠক৷ বৃহস্পতিবাৰে স্ক্ৰীণিং কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব৷ স্ক্ৰীণিং কমিটীৰ বৈঠকতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হ'ব৷ ৬ মাৰ্চৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা৷
Published by: Sanjay Kumar Das
First published: March 2, 2021, 8:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি