உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উপ নিৰ্বাচন ! কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, ভৱানীপুৰ-মৰিয়নীত কোন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ?

    উপ নিৰ্বাচন ! কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, ভৱানীপুৰ-মৰিয়নীত কোন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ?

    মঙলবাৰে উপ নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে AICCয়ে ৷ ভৱানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে শৈলেন্দ্ৰ নাথ দাসক আৰু  মৰিয়নীত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোহিত কোঁৱৰৰ নাম ঘোষণা কৰে ৷

    • Share this:

    সোমবাৰে AICCয়ে গোসাঁইগাঁৱৰ প্ৰাৰ্থী হিচাপে জুয়েল টুডু, তামোলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰিছিল ৷

    উল্লেখযোগ্য যে ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ কথা আছিল যদিও ৰাইজৰ দলে কংগ্ৰেছৰ প্ৰস্তাৱক মানি লোৱা নাই। ভৱানীপুৰ সমষ্টিটো ৰাইজৰ দলে গ্ৰহণ নকৰাত মংগলবাৰে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ পৰৱৰ্তী কালত অনুষ্ঠিত হ'বলগীয়া মাজুলী সমষ্টিৰ উপ নিৰ্বাচনত মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদলৈ এৰিছে কংগ্ৰেছে ৷
    Published by:Kokil Sarma
    First published: