উপ–নিৰ্বাচনঃ চাৰি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা,কোনে পালে প্ৰাৰ্থিত্ব?

দলৰ হাইকামাণ্ডে চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা

News18-Assam
Updated:September 28, 2019, 2:03 PM IST
উপ–নিৰ্বাচনঃ চাৰি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা,কোনে পালে প্ৰাৰ্থিত্ব?
দলৰ হাইকামাণ্ডে চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা
News18-Assam
Updated: September 28, 2019, 2:03 PM IST
সমাগত ৰাজ্যৰ  উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। ৰাজ্যৰ চাৰি বিধানসভা সমষ্টি ক্ৰমে জনিয়া, ৰাতাবাৰী, ৰঙাপাৰা, সোণাৰীত কংগ্ৰছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিছে ক্ৰমে, ছামছুল হক, কেশৱ প্ৰসাদ ৰজক, কাৰ্তিক কুৰ্মী আৰু সুশীল চুড়ীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি