• Home
  • »
  • News
  • »
  • assam
  • »
  • নাওবৈছাত বানাক্ৰান্তৰ ৰোষত পৰিল বিধায়ক ভৰত নৰহ, ৰাইজে দিলে পহুখেদা!

নাওবৈছাত বানাক্ৰান্তৰ ৰোষত পৰিল বিধায়ক ভৰত নৰহ, ৰাইজে দিলে পহুখেদা!

বানাক্ৰান্তৰ ৰোষত পৰিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়কগৰাকী। ৰাইজৰ তীক্ষ্ন প্ৰশ্নবানৰ মুখামুখি হ'ব নোৱাৰি আনকি পলায়ন কৰিবলগীয়া হল ভৰত নৰহে।

  • Share this:
ৰাজ্যৰ চৌদিশে এতিয়া বানৰ তাণ্ডৱ। বানৰ কৱলত পৰিছে ৰাজ্যৰ প্ৰায় ২৯ খন জিলা। লখিমপুৰ জিলাতো এতিয়া বানৰ তীব্ৰ ৰূপ। শুকুৰবাৰে বান বিধ্বস্ত ৰাইজৰ খবৰ ল'বলৈ গৈ ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হ'ল নাওবৈছা সমষ্টিৰ বিধায়ক ভৰত নৰহ।

বানাক্ৰান্তৰ ৰোষত পৰিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়কগৰাকী। ৰাইজৰ তীক্ষ্ন প্ৰশ্নবানৰ মুখামুখি হ'ব নোৱাৰি আনকি পলায়ন কৰিবলগীয়া হ'ল ভৰত নৰহে।

উল্লেখ্য যে,  ছটা দিনে বানত ডুবি আছে নাওবৈচা সমষ্টিৰ শতাধিক গাঁও ৷ ছদিনৰ পিছত সময় পাই ভৰত চন্দ্ৰ নৰহ উপস্থিত হৈছিল নাওবৈছা সমষ্টিৰ অন্তৰ্গত গেলাহাতী গোসাঁনীবাৰীত ৷ কিন্তু বৰ্ন্যাতৰ তীক্ষ্ন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পলায়ন কৰিলে বিলাসী বাহনত উঠি বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা বিধায়কগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি