১ জুলাইৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা, NEWS18ৰ হাতত পৰীক্ষাৰ সূচী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা কৰিছে ছেবাই। ১ জুলাইৰ পৰা আৰম্ভ হ’ব কম্পাৰ্টমেণ্টেল পৰীক্ষা।

News18-Assam
Updated:May 15, 2019, 1:21 PM IST
১ জুলাইৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা, NEWS18ৰ হাতত পৰীক্ষাৰ সূচী
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা কৰিছে ছেবাই। ১ জুলাইৰ পৰা আৰম্ভ হ’ব কম্পাৰ্টমেণ্টেল পৰীক্ষা।
News18-Assam
Updated: May 15, 2019, 1:21 PM IST
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা কৰিছে ছেবাই। ১ জুলাইৰ পৰা আৰম্ভ হ’ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। ১৭ মে’ৰ পৰা পৰীক্ষা দিব বিচৰা ছাত্ৰ–ছাত্ৰীসকলে পূৰণ কৰিব পাৰিব প্ৰ–পত্ৰ। ৩০ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।



 
আৰু চাওক পৰৱৰ্তী বাতৰি