কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ড, জালত আৰু এজন

পূৰ্বে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মিণ্টু চুতীয়া নামৰ এজন এজন যুৱকক।

news18assam
Updated:June 6, 2019, 11:01 AM IST
কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ড, জালত আৰু এজন
পূৰ্বে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মিণ্টু চুতীয়া নামৰ এজন এজন যুৱকক।
news18assam
Updated: June 6, 2019, 11:01 AM IST
অসম আৰক্ষীৰ কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ড সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। ধৃত যুৱকজনৰ নাম জিতোপন চেতিয়া। আৰক্ষীয়ে যুৱকজনক সোধা–পোছা অব্যাহত ৰাখিছে। পূৰ্বে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মিণ্টু চুতীয়া নামৰ এজন এজন যুৱকক। নিজৰ ঘৰৰ সমীপতে দুৰ্বৃত্তৰ দলে ঘপিয়াই হত্যা কৰিছিল কমাণ্ডো গিৰিশ দত্তক। তিনিচুকীয়াৰ মাকুমত সংঘটিত হৈছিল এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি