News18 AssamNews18 Assam
|
News18-Assam Updated:May 31, 2020, 8:48 AM IST
এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷
এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷
ড্ৰাগছ ব্যৱসায়ত জড়িত বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ৷ ব্ৰাউন ছুগাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন ছাত্ৰক৷ ছাত্ৰজনৰ নাম মহিবুল ইছলাম৷ ছাত্ৰজনৰ পৰা উদ্ধাৰ ৯টা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ৷ ছাত্ৰজনে বৰপেটাৰ কোনো যুৱকক বিক্ৰীৰ বাবে লৈ আহিছিল ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰকেইটা। এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷ বৰপেটাৰ কান্দাপাৰাত ঘৰ ছাত্ৰজনৰ৷ সম্প্ৰতি অব্যাহত আছে আৰক্ষীৰ তদন্ত৷