ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ

News18 Assam | News18-Assam
Updated:May 31, 2020, 8:48 AM IST
ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ
এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷

এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷

  • Share this:
ড্ৰাগছ ব্যৱসায়ত জড়িত বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ৷ ব্ৰাউন ছুগাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন ছাত্ৰক৷ ছাত্ৰজনৰ নাম মহিবুল ইছলাম৷ ছাত্ৰজনৰ পৰা উদ্ধাৰ ৯টা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ৷ ছাত্ৰজনে বৰপেটাৰ কোনো যুৱকক বিক্ৰীৰ বাবে লৈ আহিছিল ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰকেইটা। এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মহিবুল৷ বৰপেটাৰ কান্দাপাৰাত ঘৰ ছাত্ৰজনৰ৷ সম্প্ৰতি অব্যাহত আছে আৰক্ষীৰ তদন্ত৷
First published: May 31, 2020, 8:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading