মৰিগাঁওৰ আবকাৰী বিভাগৰ অধ্যক্ষ বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে–লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিৰ্বাৰক শাখাই।জাগীৰোডৰ চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা ১ লাখ টকা উৎকোচ বিচাৰি ২০ হাজাৰ টকা লওঁতেই আবকাৰী অধ্যক্ষ বৰষা বৰা বৰদলৈক হাতে–লোটে আটক কৰে দুৰ্নীতি নিৰ্বাৰক শাখাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 29, 2022, 14:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।