ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:July 3, 2020, 8:18 PM IST
ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ
Source-Google

। ল’ক ডাউনৰ মাজতো গুৱাহাটীত উদ্বেগজনক ভাবে প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা

  • Share this:
গুৱাহাটীত কোৰোণা ভাইৰাছে লৈছে তীব্ৰ ৰূপ। কোৰোণা ভাইৰাছ ৰোধ কৰিবলৈ বলৱত্‍ কৰা হৈছে ল’ক ডাউন। ল’ক ডাউনৰ মাজতো গুৱাহাটীত উদ্বেগজনক ভাবে প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে কোৰোণাৰ সমান্তৰালভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা।

ৰাজ্যৰ এনে জটিল পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে গৰাখহনীয়া, ভূমিস্খলন, ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সকলো দিশ সামৰি প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।
First published: July 3, 2020, 8:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading