মধ্যাহ্ন ভোজনৰ নামত অথন্তৰ! তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 দহ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

News18-Assam
Updated:November 9, 2019, 4:59 PM IST
মধ্যাহ্ন ভোজনৰ নামত অথন্তৰ! তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
 দহ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ
News18-Assam
Updated: November 9, 2019, 4:59 PM IST
ৰাজ্যত অব্যাহত আছে মধ্যাহ্ন ভোজনকলৈ বিতৰ্ক। ৰাজ্যৰ শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যই মধ্যাহ্ন ভোজনকলৈ উঠা অভিযোগ নস্যাৎ কৰাৰ সময়তে এইবাৰ উত্থাপিত অভিযোগৰ তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  দহ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ বিপৰীতে শিক্ষামন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি