News18 AssamNews18 Assam
|
News18-Assam Updated:June 12, 2020, 7:24 PM IST
বাঘজানৰ তেল খাদত মঙলবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক
বাঘজানৰ তেল খাদত মঙলবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক
বাঘজানৰ তেল খাদত মঙলবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক। বৈঠকত ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে। বৈঠকত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে বাঘজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সুংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱৰ ঘটনাস্থলীলৈ ৰাওনা।