অসমত ‘ফণী’ৰ প্ৰভাৱ পৰাৰ আশংকাত মুখ্যমন্ত্ৰীৰ সতৰ্কতা

প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭, ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে


Updated:May 4, 2019, 8:29 AM IST
অসমত ‘ফণী’ৰ প্ৰভাৱ পৰাৰ আশংকাত মুখ্যমন্ত্ৰীৰ সতৰ্কতা
প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭, ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে

Updated: May 4, 2019, 8:29 AM IST
কাল ধুমুহা ‘ফণী’য়ে অসম তথা উত্তৰ–পূৰ্বাঞ্চলত প্ৰভাৱ পেলোৱাৰ আশংকাত ৰাইজক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭, ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ ছচিয়েল মিডিয়াযোগে ৰাইজলৈ এই আহ্বান জনাই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে প্ৰতিখন জিলা প্ৰশাসন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা দুৰ্যোগ প্ৰশমন বাহিনীসমূহ সাজু থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি