মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনৰ দিনাই সীমান্ত সংঘাত দূৰ কৰাৰ কথা মিজো মুখ্যমন্ত্ৰীৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনৰ দিনাই সীমান্ত সংঘাত দূৰ কৰাৰ কথা মিজো মুখ্যমন্ত্ৰীৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

News18 Assam | News18-Assam
Updated:October 31, 2020, 6:41 PM IST
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনৰ দিনাই সীমান্ত সংঘাত দূৰ কৰাৰ কথা মিজো মুখ্যমন্ত্ৰীৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা
আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন। আজি ৫৯ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সোণোৱালে।

আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন। আজি ৫৯ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সোণোৱালে।

  • Share this:
আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন। আজি ৫৯ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সোণোৱালে। জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমতে বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ মাজেৰে পাৰ কৰিলে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীক বিভিন্ন জনে শুভেচ্ছা জনালে।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনটোত টুইটাৰ যোগে শুভেচ্ছা জনাই সৰ্বানন্দ সোণোৱালক। মুখ্যমন্ত্ৰীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।



সেইদৰে আজি কেইবাদিন ধৰি অশান্ত হৈ থকা অসম-মিজোৰাম সীমান্ত সমস্যাৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যই উচিত সিদ্ধান্ত ল’ব লাগে বুলি উল্লেখ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জেৰম থাংগাই। মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়েও মুখ্যমন্ত্ৰী সোণোৱালক জন্মদিনৰ শুভেচ্ছা জনায়।
Published by: Himangshu Bhuyan
First published: October 31, 2020, 6:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি