உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি জনাই গৃহমন্ত্ৰীলৈ জৰুৰী পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

    অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি জনাই গৃহমন্ত্ৰীলৈ জৰুৰী পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

    উপায়বিহীন হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিছে জৰুৰী পত্ৰ।

    উপায়বিহীন হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিছে জৰুৰী পত্ৰ।

    উপায়বিহীন হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিছে জৰুৰী পত্ৰ।

    • Share this:
    কাছাৰ জিলাৰ লাইলাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত সীমান্ত অঞ্চলৰ পৰা ‘মিজো’ দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱা ইনতাজুল লস্কৰ নামৰ লোকজনৰ মৃত্যুত উদ্বিগ্ন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৩১ অক্টোবৰৰ দিনা মিজোৰামৰ মুখ্যমন্ত্ৰীৰে টেলিফোনত বাৰ্তালাপ কৰাৰ পিছতো দুয়োখন চৰকাৰে উপশম ঘটাব পৰা নাই সীমান্তৰ অশান্ত পৰিস্থিতিৰ। উপায়বিহীন হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিছে জৰুৰী পত্ৰ। জনসংযোগৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে এই কথা।

    আনহাতে পত্ৰত উল্লেখ কৰা মতে, মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ উপায়ুক্তক মৃতকৰ নিকটাত্মীয়ক ৫ লাখ টকাৰ এককালীন সাহায্যও প্ৰদান কৰিবলৈ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবক ঘটনাস্থলীলৈ ৰাওনা হ’বলৈ নির্দেশ দিছে বুলি পত্ৰত উল্লেখ।
    Published by:Sanjay Kumar Das
    First published: