• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে মন্দিৰে মন্দিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে মন্দিৰে মন্দিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰথমে ফাঁচীবজাৰৰ সীতা ৰাম মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

প্ৰথমে ফাঁচীবজাৰৰ সীতা ৰাম মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

প্ৰথমে ফাঁচীবজাৰৰ সীতা ৰাম মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

  • Share this:
চমু চাপিছে অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিন৷ কি হ’ব নিৰ্বাচনী ফলাফল? কোনে মাৰিব বিজয়ৰ শেষ হাঁহি? এতিয়া এনেবোৰ প্ৰশ্নৰে উদ্ৰেক ঘটিছে ৰাজনৈতিক দলসমূহৰ মাজত। আৰু এইবোৰ অংক চলি থকাৰ মাজতে মঙলবাৰৰ দিনটোত বিশেষভাৱে দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ মন্দিৰে মন্দিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে ভগৱানৰ আশিস।

প্ৰথমে ফাঁচীবজাৰৰ সীতা ৰাম মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ প্ৰায় এঘণ্টা সময় ধৰি বাবা বজৰংবলীক পূজা–অৰ্চনা কৰে মুখ্যমন্ত্ৰীয়ে৷ সীতা ৰাম মন্দিৰত পূ্জা অৰ্চনাৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হয় শক্তিপীঠ কামাখ্যা ধামত৷ মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰি আশিস ল’লে সোণোৱালে৷ কোভিড সৃষ্ট এই ভয়ংকৰ পৰিৱেশৰ মাজতে কোভিডৰ প্ৰট'কল মানি মন্দিৰ–দেৱালয় দৰ্শন কৰিলে সোণোৱালে৷
Published by:Sanjay Kumar Das
First published: