বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰাপত্তা

৪ জন DSP পৰ্যায়ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখালৈ বদলি!

News18-Assam
Updated:August 9, 2019, 6:58 PM IST
বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰাপত্তা
Source-Google
News18-Assam
Updated: August 9, 2019, 6:58 PM IST
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰপত্তা বৃদ্ধি কৰা হৈছে। ৪জন DSP পৰ্যায়ৰ বিষয়াক বদলি কৰি মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখালৈ বদলি কৰা হৈছে। বদলি কৰা হৈছে DSP মনোলোভা শইকীয়া, DSP তিলেশ্বৰ শইকীয়া, DSP বৈকুণ্ঠ কলিতা আৰু DSP সৌমাৰজ্যোতি ভূঞাক বদলি কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখালৈ। উল্লেখযোগ্য যে বিষয়া কেইগৰাকীয়ে কাৰ্যালয় প্ৰতিৰক্ষা শাখাৰ নিৰাপত্তাৰ তদাৰক কৰাৰ লগতে তদাৰক কৰিব মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিৰাপত্তাৰো।
আৰু চাওক পৰৱৰ্তী বাতৰি