ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী যোৱা বিমান অৱতৰণৰ সময়ত অথন্তৰ, ৪৫ মিনিট ধৰি ঘূৰি ফুৰিল আকাশমাৰ্গত

News18 Assam | News18-Assam
Updated:November 17, 2020, 8:55 PM IST
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী যোৱা বিমান অৱতৰণৰ সময়ত অথন্তৰ, ৪৫ মিনিট ধৰি ঘূৰি ফুৰিল আকাশমাৰ্গত
ডিব্ৰুগড়ৰ নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়তে হয় এই ঘটনা।

ডিব্ৰুগড়ৰ নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়তে হয় এই ঘটনা।

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱা বিমান অৱতৰণৰ সময়ত অথন্তৰ। হঠাতে অহা এজাক ধুমুহাৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণৰ কৰিব নোৱাৰি প্ৰায় ৪৫মিনিত আকাশ মাৰ্গতে ঘূৰি ফুৰে মুখ্যমন্ত্ৰী অহা বায়ুসেনাৰ বিমানখনখন।
যাৰ ফলত কিছু সময়ৰ বাবে এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগা হয় মুখ্যমন্ত্ৰী গৰাকী।

ডিব্ৰুগড়ৰ নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়তে হয় এই ঘটনা।

ইফালে, মোহনবাৰীত অৱতৰণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ধমক লগাই বিষয়াক। যদি বতৰ বেয়া আগতেই কিয় জনোৱা নাছিল বুলি ধমক লগাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: November 17, 2020, 8:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading