বাঘজানৰ ঘটনাক লৈ উদ্বিগ্ন চৰকাৰ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ

News18 Assam | News18-Assam
Updated:May 29, 2020, 5:42 PM IST
বাঘজানৰ ঘটনাক লৈ উদ্বিগ্ন চৰকাৰ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ
প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।

প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।

  • Share this:
তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰত গেছ নিৰ্গত হোৱা সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই ঘটনাৰ তাৎক্ষণিকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীৰ আহ্বান।
এইক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।
First published: May 29, 2020, 5:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading