உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নতুন যাত্ৰা, ব্যস্ততাৰ মাজতো পুত্ৰৰ হোষ্টেলত উপস্থিত পত্নী আৰু কন্যাসহ মুখ্যমন্ত্ৰী

    আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নতুন যাত্ৰা, ব্যস্ততাৰ মাজতো পুত্ৰৰ হোষ্টেলত উপস্থিত পত্নী আৰু কন্যাসহ মুখ্যমন্ত্ৰী

    এতিয়া নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা।

    এতিয়া নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা।

    এতিয়া নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা।

    • Share this:
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। পিতৃৰ সমানে সমানে পুত্ৰ নন্দিলো এতিয়া সকলোৰে বাবে এখন চিনাকী মুখ। বিটিআৰৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰেলীত পুত্ৰ নন্দিলকো দেখিবলৈ পোৱা গৈছিল।

    এতিয়া নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা। বাংগালুৰুস্থিত National Law School of India Universityত  অধ্যয়নৰ বাবে সুযোগ পাইছে মুখ্যমন্ত্ৰীৰ পুত্ৰই।  CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিলে নন্দিলে।  উচ্চতৰ মাধ্যমিকতো অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল নন্দিল বিশ্ব শৰ্মা।



    দেওবাৰে দেউতাক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাতৃ আৰু ভগ্নীয়ে নন্দিলৰ হোষ্টেলৰ উপস্থিত হৈ নতুন যাত্ৰাৰ বাবে  পুত্ৰক শুভেচ্ছা জ্ঞাপন কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালৰ সৈতে তোলা এখন ফটোও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
    Published by:Himangshu Bhuyan
    First published: