আৰক্ষীয়ে তৎপৰতাৰে কৰায়ত্ত কৰে ছাত্ৰীগৰাকীক।
আৰক্ষীয়ে তৎপৰতাৰে কৰায়ত্ত কৰে ছাত্ৰীগৰাকীক।
- যোৰহাটত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী ছাত্ৰীয়ে।কলেজৰ ইউনিফৰ্মত থকা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেদি মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে।
- অৱশ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰি কৰায়ত্ত কৰে ছাত্ৰীগৰাকীক।
- ইয়াৰ পিছতে আৰক্ষীয়ে কৰায়ত্ত কৰি মঞ্চৰ পিছফালে লৈ যায় ছাত্ৰীগৰাকীক।
- মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল সভাখনত। ছাত্ৰীগৰাকীয়ে মঞ্চলৈ উঠি যাবলৈ চেষ্টা কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি আছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|