• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি নিমাতীঘাটৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি নিমাতীঘাটৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিয়লি ৪-৩০ বজাত হেলিকপ্টাৰযোগে লখিমপুৰত উপস্থিত হৈ ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ৷

বিয়লি ৪-৩০ বজাত হেলিকপ্টাৰযোগে লখিমপুৰত উপস্থিত হৈ ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ৷

বিয়লি ৪-৩০ বজাত হেলিকপ্টাৰযোগে লখিমপুৰত উপস্থিত হৈ ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ৷

  • Share this:
যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লখিমপুৰৰ ৰামপুৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ ঘৰলৈ আজি আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

বিয়লি ৪-৩০ বজাত হেলিকপ্টাৰযোগে লখিমপুৰত উপস্থিত হৈ ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ৷ উল্লেখযোগ্য যে ৮ ছেপ্টেম্বৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ১১ ছেপ্টেম্বৰত বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ৷
Published by:Sanjay Kumar Das
First published: