• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Assam Floods : আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰঙিয়াৰ পিছতে কলাজল আৰু দৰঙতো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰঙিয়াৰ পিছতে কলাজল আৰু দৰঙতো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰঙিয়াৰ পিছতে কলাজল আৰু দৰঙতো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পিছতে ৰঙিয়াত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰঙিয়াৰ ফাটেমা কনভেণ্ট স্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰপাছত ৰঙিয়া–তামুলপুৰ পথৰ বান পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰঙিয়াৰ পিছতে কলাজল আৰু দৰঙতো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি