
বৰঝাৰৰ পৰা পোনে পোনে নতুন দিল্লীলৈ যাব মুখ্যমন্ত্ৰী৷ নতুন দিল্লীলৈ ছাৰ্টাৰ্ড ফ্লাইটেৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰনাড চাংমাৰ সৈতে ৰাওনা হ'ব৷
বৰঝাৰৰ পৰা পোনে পোনে নতুন দিল্লীলৈ যাব মুখ্যমন্ত্ৰী৷ নতুন দিল্লীলৈ ছাৰ্টাৰ্ড ফ্লাইটেৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰনাড চাংমাৰ সৈতে ৰাওনা হ'ব৷
হাফলং আবৰ্ত্ত ভৱনত আজি ব্ৰেকফাষ্ট কৰি হাফলঙৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আবৰ্ত্ত ভৱনত গাৰ্ড অৱ অনাৰ দিব আৰক্ষীয়ে৷ ইয়াৰ পৰা অসমীয়া সমাজৰ নামঘৰলৈ যাব৷ নামঘৰৰ পৰা হাফলং চৰকাৰী কলেজৰ মূল ভৱন, হাফলং চৰকাৰী কলেজৰ ছাত্ৰাবাস আৰু হাফলং কলেজৰ প্ৰেক্ষাগৃহ উদ্বোধন কৰিব৷ এই চাৰি কাৰ্যসূচীৰ পিছতে বৰঝাৰ বিমান বন্দৰলৈ হেলিকপ্টাৰেৰে উৰিব মুখ্যমন্ত্ৰী৷
বৰঝাৰৰ পৰা পোনে পোনে নতুন দিল্লীলৈ যাব মুখ্যমন্ত্ৰী৷ নতুন দিল্লীলৈ ছাৰ্টাৰ্ড ফ্লাইটেৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰনাড চাংমাৰ সৈতে ৰাওনা হ'ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত ছয় বিবদমান অঞ্চলৰ চূড়ান্ত প্ৰতিবেদনক লৈ আলোচনা কৰিব দিল্লীত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|