• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে: দুৰ্গা পূজা হ'ব, স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP ! সকলোকে ভেকছিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে: দুৰ্গা পূজা হ'ব, স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP ! সকলোকে ভেকছিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ...

Durga Puja will definitely be celebrated in the state but cautiously following all Covid-19 protocols: Assam CM- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে বুধবাৰে কৈছিল যে ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব, কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰা হ'ব।

  • Share this:
অসমত এইবাৰ অনুষ্ঠিত হ'ব দুৰ্গা পূজা। সকলোকে ভেকচিন লোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। সকলো Covid-19 প্ৰটোকল অনুসৰণ কৰি অসমত শাৰদীয় দুৰ্গা পূজা উৎসৱ উদযাপন কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে বিহুতো তেনেকৈ গুচি গ'ল, ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব, কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰা হ'ব। এই সন্দৰ্ভত স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP।

দুৰ্গা পূজা উদযাপন সন্দৰ্ভত সমিতি, সাধাৰণ জনতা আৰু মূৰ্তি নিৰ্মাতাসকলৰ মাজত যথেষ্ট অনিশ্চয়তা আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত সকলোৱে দেখিছে আশাৰ ৰেঙণি। এয়া দ্বিতীয়বাৰৰ বাবে Covidৰ মাজতে সমগ্ৰ দেশতে দুৰ্গা পূজা আয়োজন কৰা হৈছে। এই বছৰ দুৰ্গা পূজা ১১ অক্টোবৰ, ২০২১(ষষ্ঠী) তাৰিখে আৰম্ভ হ'ব আৰু ১৫ অক্টোবৰ, ২০২১ তাৰিখে সমাপ্ত হ'ব।
Published by:Kokil Sarma
First published: