মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে: দুৰ্গা পূজা হ'ব, স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP ! সকলোকে ভেকছিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ...

Durga Puja will definitely be celebrated in the state but cautiously following all Covid-19 protocols: Assam CM- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে বুধবাৰে কৈছিল যে ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব, কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰা হ'ব।